Important Details.
দ্বিতীয় বৰ্ষ । ষষ্ঠ অধ্যয় । অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫) ।
Brought Online By
Vivek Ranjan Roy
দ্বিতীয় বৰ্ষ । ষষ্ঠ অধ্যয় । অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫) । সমাধান দিয়া হৈছে । উত্তৰ সমূহ পাবলৈ তলৰ নীলা লিংক খনত চুই আগবাঢ়ক ।
সকলো প্ৰশ্নৰ উত্তৰ
স্বদেশ অধ্যয়ন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ দুৱাৰ অসমৰ ইতিহাস আৰু ভুগোল ভিত্তিক এটা নতুন পাঠ্যক্ৰমৰ । অসমত এই নতুন বিষয়টো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়ৰ এটা বিশেষ পাঠ্যক্ৰম ।
স্বদেশ অধ্যয়নে শিক্ষাৰ্থীসকলক অসমৰ ইতিহাস আৰু ভূগোলৰ এটা পুৰ্ণাংগ ধাৰণা লাভ কৰাত সহায় কৰিব। এই পাঠ্যক্ৰমৰ বিষয়সূচীত অসমৰ ঐশ্বৰ্যময় আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ লগতে অসমত বৌদ্ধিক উত্থানক লিপিবদ্ধ কৰা হৈছে। এই পাঠ্যক্ৰমটোৱে শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাতো সহায় কৰিব।
টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি বিশ্ববিদ্যালয়ত এই বিষয়টোক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গৃহীত হৈছে আৰু ইয়ে এই বিষয়টো মহাবিদ্যালয়সমূহত স্নাতক পৰ্যায়লৈ অধ্যয়ন কৰিব পৰাৰ বাট মুকলি হৈছে।
উচচতৰ মাধ্যমিকৰ ছাত্র-ছাত্রীৰ কাৰণে প্রস্তুত কৰা এই নতুন বিষয় স্বদেশ অধ্যয়নত অন্তর্ুক্ত হ’ব স্থানীয় ভূগোল আৰু বুৰঞ্জী৷
বিশেষকৈ নিজৰ অঞ্চলটোৰ ইতিহাস আৰু ভূগোল বিষয়ৰ জ্ঞান ছাত্র-ছাত্রীসকলক দিবৰ কাৰণে স্বদেশ অধ্যয়ন বিষয়টো আৰম্ভ কৰা হৈছে ৷
স্বদেশ আৰু স্বজাতিৰ অতীত আৰু শিপাৰ বিষয়ে ছাত্র-ছাত্রীসকলক জ্ঞান দিয়াৰ যোগেদি তেওঁলোকৰ মনত দেশপ্রেম তথা দেশ আৰু সমাজৰ প্রতি দায়িত্বৰ বিষয়ে সচেতনতাৰ জন্ম দিব পাৰিব বুলি শিক্ষাবিদসকলে আশা কৰে৷ দেশপ্রেম তথা সমাজ সচেতনতাৰ কথা প্রায়ে কোৱা শুনা যায়৷ বিশেষকৈ নতুন প্রজন্মক সৎ নাগৰিক আৰু দেশপ্রেমী হিচাপে গঢ়ি তোলাৰ প্রয়োজন আছে৷ তেওঁলোক শিক্ষাৰ অবিহনে দেশপ্রেমী হ’ব নোৱাৰে৷ দেশপ্রেমৰ মনোভাব নাইবা চেতনা জগাবলৈ হ’লে নৱ প্রজন্মক শিকাব লাগিব৷ তেওঁলোকে তেওঁলোকৰ অতীত আৰু শিপাৰ কথা জানিব লাগিব৷ তেওঁলোকে জানিব লাগিব চৌপাশৰ ভৌগোলিক পৰিৱেশ, সীমাৰ বিষয়ে, সমাজ আৰু প্রকৃতিৰ বিষয়ে৷ স্বদেশৰ সৈতে যুৱ প্রজন্মক পৰিচিত কৰিব আৰু সম্পর্কযুক্ত কৰিব লাগিব৷ এইবিলাক সম্ভৱ হ’ব ভূগোল আৰু বুৰঞ্জীৰ জ্ঞান লাভৰ যোগেদি৷
দেশপ্রেম আৰু সমাজ সচেতনতাৰ অভাৱ হ’লে উত্তম নাগৰিক হ’ব কেনেকৈ? সেয়ে স্বদেশৰ ভূগোল-বুৰঞ্জীৰ জ্ঞান ছাত্র-ছাত্রীসকলে লাভ কৰিবই লাগিব৷
অসম চৰকাৰে নিজা শিক্ষানীতিৰ আধাৰত স্থানীয় ভূগোল আৰু বুৰঞ্জী বিষয়ত গুৰুত্ব দি ‘স্বদেশ অধ্যয়ন’ বিষয় আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে,।
- Get link
- X
- Other Apps
Trending Chapters This Month 🔥
প্ৰথম বৰ্ষ । প্ৰথম অধ্যায় । অসমৰ অৱস্থানিক বৈশিষ্ট্য ।
Brought Online By
Vivek Ranjan Roy
স্বদেশ অধ্যয়নৰ প্ৰথম বৰ্ষ । প্ৰথম অধ্যায় । অসমৰ অৱস্থানিক বৈশিষ্ট্য । সম্পূৰ্ণ প্ৰশ্ন-উত্তৰৰ সমাধান এই ভাগত দিয়া হৈছে । উত্তৰ সমুহ পোৱাৰ বাবে তলৰ নীলা লিংক অথবা নীলা Download Now বিকল্প টোত চুইদিয়ক । Download Now Download Now স্বদেশ অধ্যয়নৰ প্ৰথম বর্ষৰ অন্য অধ্যয় সমূহৰ উত্তৰৰ বাবে তলৰ নীলা বিকল্পখনত চুইদিয়ক । স্বদেশ অধ্যয়ন । প্ৰথম বৰ্ষ । অসমীয়া মাধ্যম । সম্পূৰ্ণ অধ্যয়ৰ সমাধান । আমাক যোগাযোগ কৰাৰ বাবে ইয়াত চুইদিয়ক ।
স্বদেশ অধ্যয়ন । প্ৰথম বৰ্ষ । অসমীয়া মাধ্যম । সম্পূৰ্ণ অধ্যয়ৰ সমাধান । স্বদেশ অধ্যয়ন প্রশ্ন উত্তৰ
Brought Online By
Vivek Ranjan Roy
স্বদেশ অধ্যয়ন প্ৰথম বৰ্ষৰ অসমীয়া মাধ্যমৰ সম্পূৰ্ণ অধ্যয়ৰ সমাধান এটা এটাকৈ ইয়াত দিয়া হৈছে । উত্তৰ পাবলৈ তলৰ নীলা লিংক খনত চুই দিয়ক। ১. প্ৰথম অধ্যায় । অসমৰ অৱস্থানিক বৈশিষ্ট্য । উত্তৰ পাবলৈ ইয়াত চুই দিয়ক ২. দ্বিতীয় অধ্যায় । অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য । উত্তৰ পাবলৈ ইয়াত চুই দিয়ক ৩. তৃতীয় অধ্যায় । সম্পদ । উত্তৰ পাবলৈ ইয়াত চুই দিয়ক ৪. চতুৰ্থ অধ্যায় । অসমৰ অর্থনৈতিক বুনিয়াদ । উত্তৰ পাবলৈ ইয়াত চুই দিয়ক ৫. পঞ্চম অধ্যায় । ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ । উত্তৰ পাবলৈ ইয়াত চুই দিয়ক ৬. ষষ্ঠ অধ্যায় । সমাজ আৰু সামাজিক বৈশিষ্ট্য । উত্তৰ পাবলৈ ইয়াত চুই দিয়ক ৭. সপ্তম অধ্যায় । বৌদ্ধিক, সংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য । উত্তৰ পাবলৈ ইয়াত চুই দিয়ক ৮. অষ্টম অধ্যায় । বস্তুগত ঐতিহ্য । উত্তৰ পাবলৈ ইয়াত চুই দিয়ক . Swadesh Adhyayan Class 11 Notes. Swadesh Adhyayan Class 12 Notes. Swadesh Adhyayan Class 11 Book. Swadesh Adhyayan Class 11 Book pdf Swadesh Adhyayan Class 12 Book Swadesh Adhyayan Class 12 Book pdf Swadesh Adhyayan Class 11 Question Answer Swadesh Adhyayan Class 12 Question Answ...
প্ৰথম বৰ্ষ । পঞ্চম অধ্যায় । ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ ।
Brought Online By
Vivek Ranjan Roy
স্বদেশ অধ্যয়নৰ প্ৰথম বৰ্ষ । পঞ্চম অধ্যায় । ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ । সম্পূৰ্ণ প্ৰশ্ন-উত্তৰৰ সমাধান এই ভাগত দিয়া হৈছে । উত্তৰ সমুহ পোৱাৰ বাবে তলৰ নীলা লিংক অথবা নীলা Download Now বিকল্প টোত চুইদিয়ক । Download Now Download Now স্বদেশ অধ্যয়নৰ প্ৰথম বর্ষৰ অন্য অধ্যয় সমূহৰ উত্তৰৰ বাবে তলৰ নীলা বিকল্পখনত চুইদিয়ক । স্বদেশ অধ্যয়ন । প্ৰথম বৰ্ষ । অসমীয়া মাধ্যম । সম্পূৰ্ণ অধ্যয়ৰ সমাধান । আমাক যোগাযোগ কৰাৰ বাবে ইয়াত চুইদিয়ক ।